সোণৰ সপোন মোৰ। জ্যোতিপ্ৰসাদ

0

সোণৰ সপোন মোৰ। জ্যোতিপ্ৰসাদ

সোণৰ সপোন মোৰ। জ্যোতিপ্ৰসাদ

সোণৰ সপোন মোৰ

—জ্যোতিপ্ৰসাদ

সোণৰ সপোন মোৰ ভাঙিলি কিয়

অ’ মোৰ সোণৰে সপোন 

চম্পাৰে আঙুলি বুলালি কিয়

আখি মোৰ সপোন বিভোৰ

উষাৰ হাঁহি 

নিশৰ সপোন মোৰ

আঁতৰালি কিয়?

অৰুণৰ কৰুণ হাঁহিটি অ’

সোণৰে অ’ সোণৰে 

হাঁহিটি অ’ হাঁহিটি  অ’

পুৱতী নিয়ৰৰে নিশা সৰা শেৱালিৰ

সুৰভি বোৱালি কিয়? 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Sonar Sopon Mur‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰে পথাৰৰে সোণোৱালী। জ্যোতিপ্ৰসাদ
Next articleআগবাৰীত ফুলিলে সোণে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here