হিয়াৰ ফুলনিত যি ফুল। বিষ্ণু ৰাভা

0

হিয়াৰ ফুলনিত যি ফুল। বিষ্ণু ৰাভা

হিয়াৰ ফুলনিত যি ফুল। বিষ্ণু ৰাভা

হিয়াৰ ফুলনিত যি ফুল

–বিষ্ণু ৰাভা

হিয়াৰ ফুলনিত যি ফুল ফুলালো
সেই ফুল তুমি চিঙিবানে?
যি ফুলৰ পাৰি যতনে মেলিলো
সেই পাহি তুমি চুমিবানে?
সাদৰে বুলোৱা হিয়াৰ বোলেৰে
সানিলোঁ যি ফুল প্ৰেমৰ ৰসেৰে
সি ফুলৰ প্ৰিয়ে! প্ৰণয় সুৰভি
হেপাহেৰে তমি সুঙিবানে?
হৃদয় জৰীৰে গঁথা যিটো মিলা
উলাহে এদিন ডিঙিত থৈছিলোঁ
সেই মালাধাৰি আজি অযতনে
অৱহেলি তুমি পেলাবানে? 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘হিয়াৰ ফুলনিত যি ফুল ফুলালো | Hiyar Fulonit Ji Ful Fulalo’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleকিমান ৰচিলো ছবি। বিষ্ণু ৰাভা
Next articleকিবা যেন নাই। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here