হে বিপ্লৱী বীৰ অধিনায়ক। বিষ্ণু ৰাভা

1

হে বিপ্লৱী বীৰ অধিনায়ক। বিষ্ণু ৰাভা

হে বিপ্লৱী বীৰ অধিনায়ক। বিষ্ণু ৰাভা

হে বিপ্লৱী বীৰ অধিনায়ক

–বিষ্ণু ৰাভা

হে বিপ্লৱী অধিনায়ক হে
দিয়া অগ্নি বাণী বিপ্লৱৰ
ভাঙা বন্দীশাল কৌটিকালৰ
মুক্তি হ’ক নিৰ্যাতিতৰ।
তবদীপ্ত অনুৰাগে
নিদ্ৰা আচম্বিতে জাগে
জাগে নিপীড়িত দল জগতৰ!
তৱ শুভ আগমনে জ্বলে
ৰক্ত ভানু লভ তালে
দোলে উৰি দোলে দোলে
ৰাঙলী পতাকা পীড়িতৰ দলিতৰ। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘হে বিপ্লৱী বীৰ অধিনায়ক হে | Hey Biplobi Bir’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleকাৰনো বীণ বাজে। বিষ্ণু ৰাভা
Next articleমেঘৰ দোলাৰে দুলনিতে। বিষ্ণু ৰাভা

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here