৬ ডিচেম্বৰ | ইছমাইল হোছেইন

0

৬ ডিচেম্বৰ | ইছমাইল হোছেইন

৬ ডিচেম্বৰ

৬ ডিচেম্বৰ

–ইছমাইল হোছেইন

 

আজি আমাৰ মৃত্যু ঘোষণাৰ দিন

আহা আমি দিনটোৰ বাবে ক’লা পোছাক পৰিধান কৰো

আমাৰ মূৰৰ ওপৰত এ আকাশ অন্ধকাৰ

ভৰিৰ তলত এসাগৰ পানী।

যুগে যুগে আমি যাৰ মৃত্যু ঘোষণা কৰি আহিছো 

সেয়েই আমাৰ কাণত বজায় মৃত্যুৰ শঙ্খধবনি।

আহা, আমি জুইৰ পোছাক পিন্ধো

খুলি থওঁ ছালৰ আৱৰণ।

আজি ঈশ্বৰ আল্লাৰ আত্মহত্যাৰ দিন

আহা, তেওঁলোকৰ শৱদেহত আমি ফুল ছটিয়াই দিওঁ

গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ ফুল। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘৬ ডিচেম্বৰ | 6 December | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleসাম্প্ৰদায়িকতা | ইছমাইল হোছেইন
Next articleদুঃস্বপ্নৰ এবেলা | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here