Home Apedia মহৎ বাণী

মহৎ বাণী

মহৎ লোকৰ বাণী সমগ্র

মহৎ বাণী-ব

মহৎ বাণী-ব

0
মহৎ বাণী-ব মহৎ বাণী-ব ১ গ্ৰন্থই জীৱনৰ জ্ঞান দিয়ে। কিন্তু সমস্যাটো হ’ল গ্ৰন্থই অন্য এনে মানুহৰ জীৱন কথা কয় যি কথা তোমাৰ নিজৰ নহয়। -- জুলিয়ান বাৰ্নেছ...
মহৎ বাণী-ফ

 মহৎ বাণী-ফ

0
মহৎ বাণী-ফ  মহৎ বাণী-ফ   ১ সপোন  হৈছে বাস্তৱৰ বীজ। -- ভাৰতীয় পটন্তৰ ২ প্ৰত্যাহ্বান ভাল আৰু শ্রেষ্ঠৰ মাজত হোৱা উচিত; বেয়া আৰু ভালৰ মাজত নহয়। -- মেনোনিমাচ ৩ তুমি তোমাৰ আচৰণ...
মহৎ বাণী-প

মহৎ বাণী-প

0
মহৎ বাণী-প মহৎ বাণী-প ১ আমি যিমানেই তৰ্ক কৰো সিমানেই আঁকোৰগোঁজ স্বভাৱৰ হওঁ। --ডেল কাৰ্নেগী ২ তুমি কোনো মানুহকে একো শিকাব নোৱাৰা, তুমি মাথো মানুহজনৰ ভিতৰত থকা শক্তিক বিচাৰি...
মহৎ বাণী-ন

মহৎ বাণী-ন

0
মহৎ বাণী-ন মহৎ বাণী-ন ১ সপোন দেখোতাসকল হৈছে সভ্যতাৰ ৰক্ষাকৱচ। --জেমচ এলেন ২ তুমি চিন্তা কৰাৰ আগতে তোমাৰ চিন্তাক লেকাম লগোৱা। -- মেৰী ওৱেব ৩ তুমি যিটো নোৱাৰা সেইটো আনে কৰা...
মহৎ বাণী-ধ

মহৎ বাণী-ধ

0
মহৎ বাণী-ধ মহৎ বাণী-ধ ১ মই অকৃতকাৰ্য হোৱা নাই। মই মাথো প্ৰমাণ কৰিলো যে এই দহ হেজাৰ প্ৰকাৰে কামটো নহ’ব। --টমাচ আলভা এডিচন মহৎ বাণী-ধ ২ যিসকলে ডাঙৰকৈ অসফল...
মহৎ বাণী-দ

মহৎ বাণী-দ

0
মহৎ বাণী-দ মহৎ বাণী-দ ১ অভিজ্ঞতা শ্রেষ্ঠ  শিক্ষক। -- প্ৰবচন ২ প্ৰেমে সকলো জয় কৰে। -- ভাৰ্জিল ৩ আমি যদি পৰিৱৰ্তন বিচাৰো তেন্তে আমি নিজেই পৰিৱৰ্তন হ’ব লাগিব।-- মহাত্মা গান্ধী ৪ তোমাৰ অনুমতি...
মহৎ বাণী-থ

মহৎ বাণী-থ

0
মহৎ বাণী-থ মহৎ বাণী-থ ১ ভাগ্য হ’ল নিজে নিজে গঢ়া এক ধাৰণাহে। -- ষ্টিভ জবছ ২ আত্ম-বিশ্লেষণেই হৈছে আত্মাৰ ঔষধ। -- ভাৰতীয় প্ৰবচন মহৎ বাণী-থ ৩ সকলো বস্তু সহজ হোৱাৰ আগতে...
মহৎ বাণী-ত

 মহৎ বাণী-ত

0
মহৎ বাণী-ত  মহৎ বাণী-ত ১ মহৎ বাণী - ত উদ্দেশ্যবিহীন জীৱনৰ অন্য নাম আগতীয়া অপমৃত্যু। --গ্যেটে ২ আইনে মহিলাক যিমানখিনি ক্ষমতা দিছে তাতকৈ বেছি দিছে প্ৰকৃতিয়ে। --ছেমুৱেল জনছন ৩ মন যেতিয়া...
মহৎ বাণী-ণ

মহৎ বাণী-ণ

0
মহৎ বাণী-ণ মহৎ বাণী-ণ ১ আটাইতকৈ সুখী মানুহ  সেইজন যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হয়। --চক্ৰেটিছ  ২ নজনাটো লাজৰ কথা নহয়। জানিব নিবিচৰাটোহে লাজৰ কথা। --বেঞ্জামিন ফ্রেঙ্কলিন মহৎ...
মহৎ বাণী-ঢ

মহৎ বাণী-ঢ

0
মহৎ বাণী-ঢ মহৎ বাণী-ঢ ১ একমাত্ৰ পৰিশ্ৰমেহে সকলোকে বিজয়ী কৰিব পাৰে। -- মহাকবি হোমাৰ ২ বন্ধুত্বৰ ডাঙৰ কাম হ’ল বন্ধুৰ দোযবোৰ আঙুলিয়াই দিয়াটো। --লা ৰোজফুকো ৩ মানুহৰ স্বভাৱ হ’ল মানুহে উদাহৰণৰ...
মহৎ বাণী-ড

মহৎ বাণী-ড

0
মহৎ বাণী-ড মহৎ বাণী-ড ১ সততাই হ’ল দেশৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু। --এ. পি. জে. আব্দুল কালাম ২ বৃদ্ধাৱস্থাৰ যন্ত্ৰণাটো বুঢ়া হোৱাৰ বাবে নহয়; তেওঁ যে এদিন ডেকা আছিল...
মহৎ বাণী-ঠ

মহৎ বাণী-ঠ

0
মহৎ বাণী-ঠ মহৎ বাণী-ঠ ১ অন্তৰ পৰিষ্কাৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ ভক্তি আৰু প্ৰেম। --গুৰু নানক ২ ব্রাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান। --গুৰু নানক ৩ বন্ধুত্ব...
মহৎ বাণী-ট

মহৎ বাণী-ট

0
মহৎ বাণী-ট মহৎ বাণী-ট ১ এটা বন্দুকৰ গুলিতকৈ এটোপাল চিয়াঁহীৰ মূল্য বেছি। --মাদাৰ টেৰেছা  ২ এটা সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায় তেনেকৈ সৰু-সুৰা কথাৰ মাজেদি মানুহৰ চৰিত্ৰ...
মহৎ বাণী-ঝ

মহৎ বাণী-ঝ

0
মহৎ বাণী-ঝ মহৎ বাণী-ঝ ১ যি মানুহে বিপদক ভয় কৰে, তেনে মানুহক বিপদে কেতিয়াওঁ লগ এৰা নিদিয়ে। --জৰ্জ বাৰ্ণাড শ্ব  ২ সৰস্বতী পূজা কৰি জ্ঞানী হ’বলৈ যত্ন কৰাতকৈ দুখন...
মহৎ  বাণী-ঘ

মহৎ  বাণী-ঘ 

0
মহৎ বাণী-ঘ মহৎ  বাণী-ঘ  ১ কোনো কাম সুচাৰুৰূপে কৰাটোৱেই হৈছে সেই কামৰ পুৰস্কাৰ। --উইলিয়াম শ্বেক্সপীয়েৰ ২ যি সমাজত মুক্ত নিৰ্ভীক সমাজ সচেতন বুদ্ধিজীৱিৰ সংখ্যা বেছি, সেই সমাজৰ ভৱিষ্যতৰ সম্ভাৱনা...
মহৎ বাণী-গ

মহৎ বাণী-গ

0
মহৎ বাণী-গ মহৎ বাণী-গ  ১ সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। --স্বামী বিবেকানন্দ ২ সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। --জন কীটচ্‌ মহৎ...
মহৎ বাণী-ঞ

মহৎ বাণী-ঞ

0
মহৎ বাণী-ঞ মহৎ বাণী-ঞ ১ বন্ধুৰ পৰা অনবৰতে সজ উপদেশ শুনি থাকিব লগা হ’লে বন্ধুত্ব টিকি থকা টান হৈ পৰে। --ৰবাৰ্ট লীণ্ড ২ যিজনে নিজকে জ্ঞানী বুলি ভাৱে, তেওঁতকৈ...
মহৎ বাণী-জ

মহৎ বাণী-জ

0
মহৎ বাণী-জ মহৎ বাণী-জ ১ এহেজাৰ বন্দুকৰ গুলিতকৈ মই এখন বাতৰি কাকতকহে বেছি ভয় কৰোঁ। --নেপোলিয়ন বোনাপাৰ্ট মহৎ বাণী-জ ২ নিঃসঙ্গ জীৱন আৰু নিৰানন্দ সময়ৰ বাবে কিতাপেই মানুহৰ একমাত্ৰ...
মহৎ বাণী-ছ

মহৎ বাণী-ছ

0
মহৎ বাণী-ছ মহৎ বাণী-ছ ১ নিজকে কেতিয়াও ভয় নকৰিবা। জীৱন যাপন প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক আনৰ মঙ্গলৰ কাৰণে সম্পূৰ্ণৰূপে বিকশিত কৰি তুলিবা। --হেমাৰ শ্বল্ড ২ তুমি যি হ’ব বিচৰা তাৰ...
মহৎ বাণী-চ

মহৎ বাণী-চ

0
মহৎ বাণী-চ মহৎ বাণী-চ ১ সপোন দেখি ছবি আঁকি থকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়। নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আাঁকিব পৰা শিল্পীহে আমাক লাগে।...

Recent Posts