অসমীয়া সাহিত্য সোপান

0

অসমীয়া সাহিত্য সোপান

অসমীয়া সাহিত্য সোপান

অসমীয়া সাহিত্য সোপান PDF

অসমীয়া সাহিত্য সোপান

প্ৰথম ভাগ
(প্ৰথম শ্ৰেণীৰ বাবে )

প্ৰণেতা
গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি

গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)

ASOMIYA SHAHITYA SHOPAN- A Text Book of Assamese (MIL) For Class-I composed by Growhills Publishing Writers Board, edited by Growhills Publishing Editorial Board and Published by GrowhillsPublishing.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying recording or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone incase it is brought to our notice.

অসমীয়া সাহিত্য সোপান

First Publication: July, 2016

অসমীয়া সাহিত্য সোপান

Price: Rs ……………. /
(Please buy the book at printed price only)

অসমীয়া সাহিত্য সোপান

Published by
Growhils Publishing
Kamalpur, Barpeta (Assam)

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্রোহিলচ্‌ পাবলিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্রোহিলচ্‌ পাব্লিশিংপাঠ্যপুথি গৱেষক সমিতি’, ‘গ্রোহিলচ্‌ পি[পাব্লিশিং লিখক সমিতি’ আৰু ‘গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ,গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসাপেক্ষে তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বনানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন ৰ পৃষ্ঠপোষকতা, সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।
প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

 

সূচীপত্ৰ
গোট-১
প্ৰথম অধ্যায়: অসমীয়া বৰ্ণমালা
দ্বিতীয় অধ্যায়: শব্দ গঠন
তৃতীয় অধ্যায়: স্বৰচিহ্নৰ ব্যৱহাৰ
চতুৰ্থ অধ্যায়: অনিমাই খায় অমিতা (পদ্য)
গোট-২
পঞ্চম অধ্যায়: বিশেষ্য পদ
ষষ্ঠ অধ্যায়: সৰ্বনাম পদ
সপ্তম অধ্যায়: ক্ৰিয়া পদ
অষ্টম অধ্যায়: আমাৰ গাওঁ (পদ্য)
গোট-৩
নৱম অধ্যায়: বিশেষণ পদ
দশম অধ্যায়: সংযোজক অব্যয়
একাদশ অধ্যায়: ক্ৰিয়া বিশেষণ
দ্বাদশ অধ্যায়: সপ্তাহৰ দিনবোৰ (পদ্য)
গোট-৪
ত্ৰয়োদশ অধ্যায়: কথোপকথন
চতুৰ্দশ অধ্যায়: বিসৰ্গৰ ব্যৱহাৰ
পঞ্চদশ অধ্যায়: অসম য 3জ্জ্ব
ষ‡দশ অধ্যায়: পখিলা (পদ্য)
অসমীয়া সাহিত্য সোপান

Download the Complete Book

অসমীয়া সাহিত্য সোপান PDF

..

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. অসমীয়া সাহিত্য সোপান

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া সাহিত্য
Next articleধাৰাপাত । Dharapat