প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

0

প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী

 

প্ৰণেতা
ৰাবিব মছৰুৰ

গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)

Prathamik Byakaran Aru Rachana For Class II, III, IV & V by Rabbi Masrur, Published by Growhills Publishing, Kamalpur, Barpeta, (Assam).

First Edition 2016

Published By
Growhills Publishing, Kamalpur, Barpeta

All Rights Reserved

Price Rs. ………….. /-

D. T. P. By
Growhills D.T.P. Operators’ Board.

আগকথা

‘ব্যাকৰণ’ ভাষা এটিৰ সংবিধান স্বৰূপ। ব্যাকৰণত ভাষা এটিৰ শব্দ গঠন, বাক্য গঠন, বাক্য এটিত ব্যৱহাৰ হোৱা শব্দবোৰৰ মাজত থকা সম্পৰ্ক আদিৰ নীতি নিয়ম সন্নিবিষ্ট কৰা থাকে। ভাষা শিকাৰ ক্ষেত্ৰত ব্যাকৰণৰ কোনো বিকল্প নাই। অসমীয়া হৈছে আৰ্যমূলীয় ভাষা। ই এক জটিল ভাষা। ইয়াক শুদ্ধকৈ লিখিবলৈ আৰু ক’বলৈ শিকাৰ বাবে ব্যাকৰণ অধ্যয়ন কৰা অতি জৰুৰী। এই কথা উপলব্ধি কৰিয়েই গ্রোহিলচ্‌ পাব্লিশিং পাঠ্যপুথি গৱেষণা সমিতিৰ নিৰ্দ্দেশমতে আমি প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা নামৰ পুথিখন প্ৰণয়ন আৰু প্ৰকাশ কৰি উলিয়ালোঁ।

.
কিতাপখন দুটা অংশত ভাগ কৰি ‘ক’ অংশত ব্যাকৰণ আৰু ‘খ’ অংশত ৰচিদ লিখন, দিনলিপি লিখন, চিঠি লিখন, ৰচনা লিখন, গল্প লিখন আদি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মনস্তাত্বিক দিশৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি কিতাপখনৰ বিষয়-বস্তুখিনি যিমান সম্ভৱ সিমান সহজ আৰু সৰলভাৱে উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ সফলতাৰ সীমা অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিচাৰ কৰিব।

.
কিতাপখন আসোঁৱাহমুক্ত কৰি প্ৰণয়ন আৰু প্ৰকাশ কৰাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছো যদিও আমাৰ অজানিতে কিবা ভুল-ভ্ৰান্তি ৰৈ যোৱাটো নিতান্তই স্বাভাৱিক। সেয়ে সদাশয় ব্যক্তিসকলে অনিচ্ছাকৃতভাৱে থাকি যোৱা ত্রূটি  আঙুলিয়াই দি দিহা পৰামৰ্শ আগবঢ়ালে পৰৱৰ্তী সংস্কৰণসমূহ অধিক নিখুত আৰু সুন্দৰ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতি

প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

সূচীপত্ৰ

অংশ- ক

ব্যাকৰণ
প্ৰথম-ধবনি, ভাষা আৰু ব্যাকৰণ
দ্বিতীয়- বৰ্ণ আৰু বৰ্ণমালা
তৃতীয়- স্বৰবৰ্ণ আৰু ব্যঞ্জণ বৰ্ণ
চতুৰ্থ- শব্দ আৰু বাক্য
পঞ্চম- উদ্দেশ্য আৰু বিধেয়
ষষ্ঠ-পদ আৰু পদৰ শ্ৰেণী বিভাগ
সপ্তম- কাল আৰু কালৰ শ্ৰেণী বিভাজন-
অষ্টম -বচন
নৱম- লিঙ্গ
দশম- যতি বা বিৰাম চিনৰ ব্যৱহাৰ-
একাদশ- বাক সংহতি বা এটা শব্দত প্ৰকাশকৰণ-
দ্বাদশ-প্ৰতিশব্দ বা সমাৰ্থক শব্দ –
ত্ৰয়োদশ- বিপৰীত অৰ্থেবাধক শব্দ-

অংশ- খ
ৰচিদ, দিনলিপি, চিঠি, হাতে লিখা আখৰ, প্ৰাৰ্থনা সংগীত, ৰচনা আৰু সাধু কথা

প্ৰথম ৰচিদ লিখন

দ্বিতীয় দিনলিপি লিখন

তৃতীয় চিঠি লিখন

চতুৰ্থ- হাতে লিখা আখৰৰ নমুনা
পঞ্চম- প্ৰাৰ্থনা সংগীত
ষষ্ট ৰচনা
গৰু
মেকুৰী
কুকুৰ।
 আমাৰ গাওঁ
 আমাৰ নগৰ
আমাৰ  পঢ়াশালি
ঈদ
বৰদিন
সৰস্বতী পূজা
কলগছ
ধান খেতি
মহাত্মা গান্ধী
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
অসমৰ বানপানী
অসমৰ জাতীয় উৎসৱ
 অসমৰ বয়ন শিল্প
সপ্তম-সাধুকথা
এটা ভালুক আৰু দুজন বন্ধু
দুজনী মূৰ্খ ছাগলী
এজনী বুঢ়ী আৰু এটি শিয়াল
ধূৰ্ত শিয়াল আৰু এজনী কাউৰী
এজনী বুধিয়ক কাউৰী
এজনী লুভীয়া কুকুৰ
কাউৰীৰ ভেম
সিংহ আৰু নিগনি
এটি শিয়াল আৰু এজনী ছাগলী
এটি বান্দৰ আৰু দুজনী মেকুৰী
সোণৰ কণী পৰা হাঁহ
প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

Download the Complete Book

প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. Readers’ English-I
  2. অসমীয়া সাহিত্য সোপান
  3. ধাৰাপাত । Dharapat
  4. সাধাৰণ জ্ঞান
  5. আদৰ্শ ছবি অঁকা
  6. মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১
  7. উজু গণিত-১
  8. আদৰ্শ অসমীয়া হস্তলিপি-১
  9. আমাৰ পৰিৱেশ-১
  10. Handwriting Practice Book-I

Class-II

  1. আদৰ্শ অসমীয়া হস্তলিপি -২
  2. আমাৰ পৰিৱেশ-২
  3. অসমীয়া সাহিত্য সোপান-২
  4. প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া ধাৰাপা
  8. আমাৰ পৰিৱেশ-১
Previous articleঅসমীয়া সাহিত্য সোপান-২
Next articleHandwriting Practice Book-II