মোৰ গানটো যদি। জ্যোতিপ্ৰসাদ

0

মোৰ গানটো যদি। জ্যোতিপ্ৰসাদ

মোৰ গানটো যদি

—জ্যোতিপ্ৰসাদ

মোৰ গানটো যদি গাঁৱৰ ল’ৰাই গাৱ

মোৰ সুৰত যদি তোৰেই নিজৰ

প্ৰাণৰ হেঁপাহ পাৱ

মোৰ গানটো যদি

গাঁৱৰ ল’ৰাই গাৱ।

মোৰ মনটো যদি

তোৰেই নিজৰ আপোন কৰি লৱ

তোৰ থাপনাত মই জ্বলোৱা

চাকিটোও থৱ

মোৰ গানেৰে পোহৰ কৰা

বাটটো চিনি লবি

মন ধুনীয়া গাঁৱৰ ল’ৰা

পৃথিৱীৰেই চকুত পৰা 

হীৰা মাণিক হবি

বাটটো চিনি লবি। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mur Ganta Jodi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleদেউতা তই কি লিকিছ গান। জ্যোতিপ্ৰসাদ
Next articleLachit Borphukan | Essay | Biography

LEAVE A REPLY

Please enter your comment!
Please enter your name here