মোৰ গানত জ্বলে তোৰেই। জ্যোতিপ্ৰসাদ

0

মোৰ গানত জ্বলে তোৰেই। জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে তোৰেই। জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে তোৰেই

—জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে তোৰেই মনৰ জুই

মই সেই জুইৰেই চাকি জ্বলাই

তোৰ শিতানত বহি থাকো

তই থাকোতে শুই।

তোৰ টোপনিৰ সপোনবোৰত 

মোৰ চাকিৰ পোহৰ পৰে

(তোৰ) নিজিলিকা মনৰ ছবি

উজ্জ্বল সুজ্জল কৰে

সাৰ নোপোৱা সপোনবোৰে 

মোৰ চাকিটোৰ জিলিকনিত 

অময়া ৰূপ ধৰে।

সেই সপোনৰ জলক লাগি

মোক বিচাৰি আই

মোক চিনি নাপাই হাঁহ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mur Ganat Jole Torei Monor Jui‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleLachit Borphukan | Essay | Biography
Next articleপৃথিৱী ধুনীয়া কৰিব লাগিব। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here