অসমীয়া সাহিত্য সোপান-৩

0

অসমীয়া সাহিত্য সোপান-৩

অসমীয়া সাহিত্য সোপান-৩

অসমীয়া সাহিত্য সোপান-৩

অসমীয়া সাহিত্য সোপান-৩

তৃতীয়  ভাগ
(তৃতীয় শ্ৰেণীৰ বাবে )

প্ৰণেতা
গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি

গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)

ASOMIYA SHAHITYA SHOPAN- A Text Book of Assamese (MIL) For Class-I composed by Growhills Publishing Writers Board, edited by Growhills Publishing Editorial Board and Published by GrowhillsPublishing.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying recording or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone incase it is brought to our notice.

অসমীয়া সাহিত্য সোপান-৩

First Publication:

অসমীয়া সাহিত্য সোপান-৩

Price: Rs ……………. /
(Please buy the book at printed price only)

অসমীয়া সাহিত্য সোপান-৩

Published by
Growhils Publishing
Kamalpur, Barpeta (Assam)

অসমীয়া সাহিত্য সোপান-৩

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ আগকথা

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্রোহিলচ্‌ পাবলিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্রোহিলচ্‌ পাব্লিশিং পাঠ্যপুথি গৱেষক সমিতি’, ‘গ্রোহিলচ্‌ পি[পাব্লিশিং লিখক সমিতি’ আৰু ‘গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ,গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসাপেক্ষে তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বনানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন ৰ পৃষ্ঠপোষকতা, সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।

অসমীয়া সাহিত্য সোপান-৩
প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

অসমীয়া সাহিত্য সোপান-৩

সূচীপত্ৰ
গোট-১
পাঠ-এক-বিভিন্ন বৰ্ণৰ লগত ‘ম’ যোগ
পাঠ-দুই-দুিজন বন্ধু আৰু এটা ভালুক
পাঠ-তিনি-বিভিন্ন বৰ্ণৰ লগত ‘ঙ’ যোগ
পাঠ-চাৰি-ঈশ্বৰ (পদ্য)
গোট-২
পাঠ-পাঁচ-ভিন ভিন বৰ্ণৰ লগত ‘শ’ যোগ
পাঠ-ছয়-মাদাৰ টেৰেচা
পাঠ-সাত-ভিন ভিন বৰ্ণৰ লগত ‘ব’ যোগ
পাঠ-আঠ-জয় (পদ্য)
গোট-৩
পাঠ-ন-ভিন ভিন বৰ্ণৰ লগত ‘ল’ যোগ
পাঠ-দহ-তাজমহল
পাঠ-এঘাৰ-ভিন ভিন বৰ্ণৰ যোগ
পাঠ-বাৰ-জ্ঞানী ল’ৰা (পদ্য)
গোট-৪
পাঠ-তেৰ-চৰাইৰ পৃথিৱী
পাঠ-চৈধ্য-চাইকেলৰ ইতিহাস
পাঠ-েপান্ধৰ-অসম গৌৰৱ বীৰাঙ্গনা মূলাগাভৰু
পাঠ-ষোল্ল-অনুকাৰ (পদ্য)

Download the Complete Book

অসমীয়া সাহিত্য সোপান-৩

 

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. Readers’ English-I
  2. অসমীয়া সাহিত্য সোপান
  3. ধাৰাপাত । Dharapat
  4. সাধাৰণ জ্ঞান
  5. আদৰ্শ ছবি অঁকা
  6. মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১
  7. উজু গণিত-১
  8. আদৰ্শ অসমীয়া হস্তলিপি-১
  9. আমাৰ পৰিৱেশ-১
  10. Handwriting Practice Book-I

Class-II

  1. আদৰ্শ অসমীয়া হস্তলিপি -২
  2. আমাৰ পৰিৱেশ-২
  3. অসমীয়া সাহিত্য সোপান-২
  4. প্ৰাথমিক ব্যাকৰণ আৰু ৰচনা
  5. Handwriting Practice Book-II
  6. মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-২
  7. Readers’ English-II
  8. Readers’ English Grammar
  9. আদৰ্শ ছবি অঁকা-দ্বিতীয় ভাগ
  10. উজু গণিত-২

Class-III

  1. আদৰ্শ অসমীয়া হস্তলিপি-৩
  2. অসমীয়া সাহিত্য সোপান-৩

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া ধাৰাপা
  8. আমাৰ পৰিৱেশ-১
Previous articleআদৰ্শ অসমীয়া হস্তলিপি-৩
Next articleHandwriting Practice Book-III